মই কম যোৰহাট বুলি

মই কম যোৰহাট বুলি


মই কম যোৰহাট বুলি
আপোনালোকে কব 'জুবিন গাৰ্গ'
মই কম যোৰহাট বুলি
আপোনালোকে কব 'শৈক্ষিক নগৰী'
মই কম যোৰহাট বুলি
আপোনালোকে কব 'বৰুৱা চাৰিআলি'
মই কম যোৰহাট বুলি
আপোনালোকে কব 'গড় আলি'
মই কম যোৰহাট বুলি
আপোনালোকে কব 'জুৰণিৰ ঠাই'
মই কম যোৰহাট বুলি
আপোনালোকে কব 'দৈনিক জনমভূমি'
মই কম যোৰহাট বুলি
আপোনালোকে কব 'বাবুলৰ আইচক্ৰীম'
মই কম যোৰহাট বুলি
আপোনালোকে কব 'ভোগদৈ নৈ'
মই কম যোৰহাট বুলি
আপোনালোকে কব 'বহু ৰথী মহাৰথীৰ জন্মস্থান'
মই কম যোৰহাট বুলি
আপোনালোকে কব 'ধুনীয়া ছোৱালীৰ বাসস্থান'
মই কম যোৰহাট বুলি
আপোনালোকে কব 'আমাৰ ৰ টো নুফুটে'
মই কম যোৰহাট বুলি
আপোনালোকে কব 'ই আমাৰ প্ৰেম' 
মই কম যোৰহাট বুলি
আপোনালোকে কব 'ই আমাৰ গৌৰৱ' 💛
মই কম যোৰহাট বুলি
আপোনালোকে কব 'ই আমাৰ স্বাভিমান' 💙
( যোৰহটিয়া ৰাইজৰ বাবে উৎসৰ্গিত, আপোনালোকেও শ্বেয়াৰ মাৰি দিব)
জয় আই অসম 
                                              
---- Roktim Bora

Comments

Popular posts from this blog

Gar Ali - the history of the most popular street of Jorhat

Mitha Pukhuri - the story behind the name

Rajmao Pukhuri has another name