যোৰহাটৰ 2nd মহিলা বজাৰ inauguration কৰা হব 1st Dec 2019.. যত কেবল মহিলা দোকানীয়ে দোকান দিব

যোৰহাট ৰ 2nd মহিলা বজাৰ inauguration কৰা হব 1st Dec 2019.. যত কেবল মহিলা দোকানীয়ে দোকান দিব
যোৰহাট ৰ দ্বিতীয় খন সপ্তাহিক মহিলা বজাৰ পৰহিলৈ অৰ্থাৎ ১ ডিচেম্বৰ ২০১৯ তাৰিখে পতীয়া গাঁও ৰাস্তাৰ মহাত্মা গান্ধী কলেজৰ বিপৰীত দিশে থকা বজাৰ ঘৰতোত আৰাম্ভনি কৰা হব l যত মহিলা সকলে ঘৰতে কৰা থলুৱা খাদ্য সামগ্ৰী পৰা পাক ঘৰত প্ৰয়োজনীয় প্ৰতিটো বস্তু পাব পাব l এই মহিলা বজাৰ খনলৈ সকলো যোৰহাট ৰ ৰাইজক  সাদৰেৰে নিমন্ত্ৰণ জনালো l বজাৰ কৰিব আহোঁতে সকলোৱে মোনা এটা হাতত লৈ আহিব
🙏


Credits : Irani Devi

Comments

Popular posts from this blog

The first graduate of upper Assam

Gar Ali - the history of the most popular street of Jorhat

Mitha Pukhuri - the story behind the name